ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত পুনৰবাৰ নতুনকৈ আক্ৰান্ত হৈছে ৫৬ জন। ইয়াৰে ১৮ গৰাকী লখিমপুৰৰ, ১২ গৰাকী বৰপেটাৰ আৰু ৭ গৰাকী ওদালগুৰিৰ, ৫ গৰাকী বাক্সাৰ, ৫ গৰাকী ধুবুৰীৰ, ৩ গৰাকী কামৰূপৰ, ২ গৰাকী ধেমাজিৰ, ২ গৰাকী এয়াৰপোৰ্টৰ, ১ গৰাকী নলবাৰীৰ আৰু ১ গৰাকী ক’ৰ পৰা অহা তাক চিনাক্ত কৰা হোৱা নাই।

ইয়াৰ সৈতে বৰ্তমান চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ১১০২ জন আৰু ১৬৩ জন লোক বৰ্তমান সূস্থ হৈ উঠিছে।













