ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত পুনৰ ২২গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।বৰ্তমান ক’ৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ১৪৮৫ জনলৈ।ইয়াৰে ১০ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ, ৬ গৰাকী মৰিগাঁৱৰ , ৩ গৰাকী বিমানযোগে অহা, ২ গৰাকী গোৱালপাৰা,আৰু ১ জনৰ সংক্ৰমণস্থলী নিশ্চিত হোৱা নাই ৷টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।













