ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিশা পুনৰ ৭ গৰাকী সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী৷ পুণৰ ৭ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷ সুস্থ হোৱা লোকসকল শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল৷ অসমত বৰ্তমানলৈ ২৮৪জন লোক সুস্থ হৈ উঠিছে।এইয়া ৰাজ্যৰ বাবে সুখবৰঃ।













