ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত পুনৰবাৰ নতুনকৈ আক্ৰান্ত হৈছে ২৮ জন। ইয়াৰে ১২ গৰাকী নগাঁওৰ, ১০ গৰাকী গোলাঘাটৰ, ১ গৰাকী যোৰহাটৰ আৰু ৫ গৰাকী এয়াৰপোৰ্টৰ।

ইয়াৰ সৈতে বৰ্তমান চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ১৫১৩ জন আৰু ৩২৪ জন লোক বৰ্তমান সূস্থ হৈ উঠিছে।

© 2020 Assam Times Post. | Powered By Webx