ASSAM TIMES POST
নিউজ ডেস্কঃ
লাদাখত সীমান্ত এলেকাত সংঘর্ষ চলাইয়ে এইবাৰ ভাৰতক সাৱধানবাণী শুনালে চীনে। আমেৰিকা আৰু চীনৰ শীতল যুদ্ধত ভাৰতে হস্তক্ষেপ কৰিলে, ভাৰতৰ অর্থনীতিত ইয়াৰ প্রভাৱ পৰিব পাৰে বুলি সতৰ্ক কৰি দিলে চীন চৰকাৰৰ মুখপত্রই।
গ্লোবেল টাইমৰ ৰিপোর্ট সূত্রে এই বাতৰি প্রকাশ পাইছে। আমেৰিকাৰ পক্ষ ল’লে সমস্যাৰ সম্মুখীন হ’ব লাগিব ভাৰতে বুলিও চীনে ভাবুকি প্ৰদান কৰিছে।













