ASSAM TIMES POST
নিউজ ডেস্ক:
ক্ৰমশ বৃদ্ধি ক’ৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা ; নতুনক ৬০ জন লোক আক্ৰান্ত। ইয়াৰে ৩৮ গৰাকী ধুবুৰীৰ, ১৮ গৰাকী গোলাঘাটৰ আৰু ৪ গৰাকী নগাঁৱৰ।

ইয়াৰ সৈতে ৰাজ্যত ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬২১ জন। সুস্থ হৈছে ৩৩৭ গৰাকী।

© 2020 Assam Times Post. | Powered By Webx