ASSAM TIMES POST
নিউজ ডেস্ক:
ক্ৰমশ বৃদ্ধি ক’ৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা ; নতুনক ৫১ জন লোক আক্ৰান্ত। ইয়াৰে ২৮ গৰাকী ধুবুৰীৰ, ১৩ গৰাকী দৰঙৰ আৰু ৫ গৰাকী কৰিমগঞ্জৰ, ৩ গৰাকী শোণিতপুৰৰ আৰু ২ গৰাকী লখিমপুৰৰ।

ইয়াৰ সৈতে ৰাজ্যত ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬৭২ জন। সুস্থ হৈছে ৩৩৭ গৰাকী।













