ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নেইলপলিচৰ পৰা লিপষ্টিক লগোৱালৈ জীয়ৰীৰ আলপৈচান ধৰিছে আঙুৰলতা ডেকাইঃ

Staff Reporter by Staff Reporter
June 4, 2020
Reading Time: 1 min read
A A
0
নেইলপলিচৰ পৰা লিপষ্টিক লগোৱালৈ জীয়ৰীৰ আলপৈচান ধৰিছে আঙুৰলতা ডেকাইঃ

এসময়ৰ অভিনেত্ৰী ও বৰ্তমান সময়ৰ বিধায়িকা আঙুৰলতা ডেকাই বিগত কেইবাদিনো ধৰি দৰ্শকক ঘৰতেই থাকি সুস্থ থকাৰ বাৰ্তা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। এগৰাকী বিধায়িকা ৰূপে প্ৰত্যেকদিনাই ব্যস্ততাৰ মাজেৰে সমাজ সেৱা কৰা আঙুৰলতাই বৰ্তমান কোৱাৰেন্টাইন সময় পাৰ কৰিছে নিজ জীয়ৰীৰ সৈতে। কিছুদিন পূৰ্বে “লক-ডাউন” ৰ সময়ছোৱাত নিজ অঞ্চলৰে কিছু অসহায় জনক সহায় আগবঢ়াই বাতৰিৰ শিৰোনামো দখল কৰিছিল এই অভিনেত্ৰী গৰাকীয়ে। বৰ্তমান নিজ জীয়ৰীৰ সৈতে গছপুলি ৰোৱাৰ পৰা আৰম্ভ কৰি খাদ্য বনোৱালৈ প্ৰত্যেকটো কামতেই আগভাগ লৈছে অভিনেত্ৰী গৰাকীয়ে।

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

100898382 558590861756988 671226603041656428 n | ASSAM TIMES POST

নলবাৰীত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেত্ৰীয়ে ২০০৬ চনত “আমি অসমীয়া” ছবিখনৰ পৰা অসমীয়া চলচিত্ৰ জগতত খোজ পেলায়। উক্ত চিনেমাখনকে ধৰি প্ৰায় ৫ খন ছবি আৰু কেইবাখনো চুটি ছবিত অভিনীত আঙুৰলতাই ভ্ৰাম্যমাণৰ মঞ্চতো অভিনয় কৰিছিল। তেওঁৰ অভিনয়ৰ সমান্তৰালকৈ এগৰাকী বিধায়িকা হিচাপে তেওঁ কৰা কামৰ অনুৰাগীও হৈছে যথেষ্ট জনসাধাৰণ। নগাঁওৰ বৰদোৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই প্ৰায়ে সমাজৰ হৈ বিভিন্ন কামত আগ-ভাগ লোৱা দেখিবলৈ পোৱা যায়।

আঙুলতাৰ স্বামী আকাশদ্বীপো অসমীয়া অভিনয় ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম। ভিচিডি তথা ছবি, থিয়েটাৰত অভিনীত আকাশদ্বীপে প্ৰায়ে নিজ পত্নীৰ কাম সমূহত সহায় কৰা দেখিবলৈ পোৱা যায়।

SOURCE:http://rupaliparda.com/archives/15886

Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT