ASSAM TIMES POST
অসমত পুনৰ ৮৪ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ৰাজ্যত বৰ্তমান মুঠ ক’ৰোণা ৰোগীৰ সংখ্যা ১৭৫৬ লৈ বৃদ্ধি পায়। । উক্ত ৮৪ জনৰ ৩০ জন ডিমা হাচাওৰ, ২০ জন হোজাইৰ, ১৪ জন বিশ্বনাথৰ, ১০ জন ডিব্ৰুগড়ৰ, ৩ জন কামৰূপৰ, ২ জন কৰিমগঞ্জৰ, ২ জন এয়াৰপোৰ্ট, ১ জন কাছাৰ, ১ জন ওদালগুৰিৰ আৰু ১জন লখিমপুৰৰ।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।













