ASSAM TIMES POST
নিউজ ডেস্ক:
ক্ৰমশ বৃদ্ধি ক’ৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা নতুনক ৪৭ জন লোক আক্ৰান্ত। ইয়াৰে ২৮ গৰাকী হোজাইৰ, ৬ গৰাকী ধেমাজি, ৪ গৰাকী বঙাইগাওঁ, ৩ গৰাকী বৰপেটা আৰু ১ গৰাকী বাক্সাৰ।

ইয়াৰ সৈতে ৰাজ্যত ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৮৭৭ জন। সুস্থ হৈছে ৪১৩ গৰাকী।













