ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত আকৌ এবাৰ ১১১ গৰাকী লোক আক্ৰান্ত ক’ৰ’ণা ভাইৰাছত। ইয়াৰে ৪৬ গৰাকী হোজাইৰ, ২৮ গৰাকী ওডালগুৰিৰ, ১০গৰাকী নগাঁৱৰ, ৫ গৰাকী মৰিগাঁৱৰ, ৩ গৰাকী নলবাৰীৰ, ৩ গৰাকী গোৱালপাৰাৰ, ২ গৰাকী গোলাঘাটৰ, ২ গৰাকী যোৰহাটৰ, এগৰাকী ধুবুৰীৰ ৷

ইয়াৰে সৈতে বৰ্তমান ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৯৮৮ জন আৰু সুস্থ হৈছে ৪৪২ জন।













