ASSAM TIMES POST
অসমত পুনৰ ৪২ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ।ইয়াৰে ৩৮গৰাকী ধুবৰীৰ আৰু ৪ গৰাকী দৰংৰ ৷ ইয়াৰ সৈতে ৰাজ্যত বৰ্তমানলৈকে আক্ৰান্ত ৰোগীৰ সংখ্যা ২১১৫ লৈ বৃদ্ধি পায়। নিশা টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।বৰ্তমান ১৬৪৯গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৪৫৯ জন।













