ASSAM TIMES POST
নিউজ ডেস্ক:
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী দেহত ধৰা পৰিছে ক’ৰনা ভাইৰাছ।চুৰি গোচৰত কাৰাবন্দী হৈ থকা কয়দী জনৰ নাম হৈছে জিন্টু নাথ।যোৱা ১জুন দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰিছিল লোকজনক।
তাপয্য পূর্ণ কথা এই যে আক্রান্ত কয়দী জনৰ নাছিল কোনো ট্ৰেভেল হিষ্ট্ৰী।
উল্লেখ যে ৰাজ্যত ক’ৰনা আক্রান্ত সংখ্যাই ইতিমধ্যে দুহেজাৰৰ ঘৰ অতিক্ৰম কৰিছে।













