ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পালেও আনহাতে ক’ৰ’ণা মুক্তৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি হৈছে। FAAMCH ত চিকিৎসাধীন হৈ থকা ১১ গৰাকী ৰোগীক আজি যাবলৈ দিয়া হয় ঘৰলৈ।

টুইট যোগে এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সৈতে বৰ্তমান ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ১৬৩৭ জন আৰু মুক্ত হৈছে ৫০৯ জন।













