ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰুটিনত ৰাখক এই অভ্যাস : ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়িব

ASSAM TIMES POST by ASSAM TIMES POST
June 12, 2020
Reading Time: 1 min read
A A
0
ৰুটিনত ৰাখক এই অভ্যাস : ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়িব

0 1 e1574345654996 6 1 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

বিশেষ প্ৰতিবেদন:

নভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ নির্দিষ্ট কোনো ঔষধ এতিয়া পর্যন্ত চিকিৎসকসকলৰ হাতলৈ অহা নাই, চলি আছে গৱেষণা। কিন্তু বিশ্বৰ অধিক সংখ্যকতাবড় চিকিৎসকেই এই ক্ষেত্ৰত সহমত যে শৰীৰৰ ৰোগ প্রতিৰোধ ব্যৱস্থা বঢ়াব পাৰিলে কোভিড-১৯ ভাইৰাছক প্ৰতিহত কৰিব পৰা যায়।

ইমিউনিটি বা শৰীৰৰ প্রতিৰোধ ব্যৱস্থা জোৰদাৰ কৰাৰ অন্যতম উপায় হ’ল সঠিক খাদ্য খোৱা আৰু নিয়মিত ব্যায়াম কৰা। এই বিষয়ে বিশ্বৰ বিভিন্ন প্রান্তৰ সকলো চিকিৎসা বিজ্ঞানী সহমত। গৱেষণাত প্রমাণিত হৈছে যে, নিয়মিত মজলীয়া পৰিমাণৰ ঘাম উলিওৱা আৰু আসন আৰু প্ৰাতভ্ৰমণ কৰিলে শৰীৰৰ ৰোগ প্রতিৰোধ সবল হয়।

কিন্তু একে সময়তে এইটোও ঠিক যে অনেকে অতিৰিক্ত জিম বা ব্যায়াম কৰে। যিয়ে ইমিউনিটি বঢ়োৱাৰ পৰিৱৰ্তে কমাই দিব পাৰে। নিয়মিত যোগাসন আৰু এৰোবিক ব্যায়াম কৰিলে শৰীৰৰ ষ্ট্ৰেছ হৰমোনৰ পৰিমাণ কমে। প্ৰকৃততে দৈনন্দিন জীৱনৰ নানা কাম-কাজ আৰু দুশ্চিন্তাৰ ফলত আমাৰ শৰীৰত ষ্ট্ৰেছ হৰমোন নিঃসৰণ বাঢ়ি যায়। এই ষ্ট্ৰেছ হৰমোনে আকৌ ইমিউনিটি কমাই দিয়ে।সপ্তাহত ৫ দিন দৈনিক গড়ে ৪৫ মিনিটকৈ ব্যায়াম কৰিলে এন্ডৰফিন নিঃসৰণ বাঢ়ে, ফলশ্রুতিত ডোপামিনৰ পৰিমাণো বাঢ়ে।

ইয়াৰ ফলত মানসিক চাপ আৰু উদ্বেগ কমি যায় আৰু মন-মগজু ভালে থাকে। শৰীৰৰ শ্বেতকণিকাৰ সংখ্যা বাঢ়ে অর্থাৎ জীবাণুবোৰৰ বিৰুদ্ধে যুঁজ কৰাৰ ক্ষমতা বহু বাঢ়ি যায়। ফলত সোনকালে ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্রমণ নহয়। নিয়ম মানি আসন আৰু ব্যায়াম কৰিলে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বহুখিনি বাঢ়ি যায়।

লকডাউনৰ শিথিল পর্বত কোভিড-১৯ৰ সংক্রমণৰ পৰা বাচিবলৈ এক অন্যতম হাতিয়াৰ হ’ল নিয়ম মাফিক ব্যায়াম কৰা। সপ্তাহত অন্তত পাঁচ দিন নিয়ম মতে ব্যায়াম আৰু আসন কৰিলে ইমিউনিটি অর্থাৎ শৰীৰৰ অভ্যন্তৰৰ ৰোগ প্রতিৰোধ ব্যৱস্থা জোৰদাৰ হয়। নিয়মিত গা ঘামি যোৱাকৈ ব্যায়াম, জগিং বা দৌৰাটো এক ৰুটিন কৰি ল’লে ভাল হয়।

যিসকলে বেছি বয়সত আসন আৰম্ভ কৰিব বিচাৰে, তেওঁলোকে অৱশ্যেই এজন চিকিৎসকক দেখাই ৰক্তচাপ, ব্লাড ছুগাৰ আৰু হার্টৰ অৱস্থা জানি ল’ব। নতুনকৈ আৰম্ভ কৰিলে কেতিয়াও জোৰকৈ একো নকৰাই ভাল। যিমানখিনি সহ্য কৰিব পাৰে, সীমানখিনিয়ে কৰা উচিত। নিয়ম মানি ব্যায়াম কৰিলে শৰীৰৰ বিভিন্ন উপকাৰ হয়।

786041 diet vs exercise thinkstock | ASSAM TIMES POST diet or exercise banner | ASSAM TIMES POST

• ব্যায়াম কৰাৰ সময়ত আমাৰ শৰীৰৰ তাপমাত্রা কিছু বাঢ়ি যায়। ইয়াৰ ফলত ভাইৰাছ বা বেক্টেৰিয়াৰ বৃদ্ধি কমি যায়। এই প্রসঙ্গত কোৱা ভাল যে কোনো সংক্রমণ হ’লে জ্বৰ হয়। আমাৰ ইমিউন ছিষ্টেমে শৰীৰৰ তাপমাত্রা বঢ়াই দি জীবাণুৰ বংশবিস্তাৰ কমাই দিবলৈ চেষ্টা কৰে। ঠিক একেদৰে ব্যায়াম কৰিলে শৰীৰৰ তাপমাত্রা বাঢ়ি গৈ ভাইৰাছ বা অন্যান্য জীবাণু শৰীৰৰ পৰা বাহিৰ হৈ যায়।

• গা ঘমাই ব্যায়াম কৰিলে বিপাকীয় প্রক্রিয়াৰ হাৰ বাঢ়ে (মেটাবলিক ৰেট)। ফলত ৰোগ প্রতিৰোধ ব্যৱস্থা জোৰদাৰ হয়।

• শৰীৰৰ সকলো অঙ্গ-প্রত্যঙ্গ সঞ্চালন হয় বাবে ক্ষয়জনিত ৰোগক দূৰৈত ৰাখিব পৰা যায়।

• নিয়মিত ব্যায়াম কৰিলে শ্বাসনলী আৰু হাওঁফাওঁত জীবাণু বেছি সময় থাকিব নোৱাৰে। সতেজ বতাহে জীবাণু বাহিৰ কৰি দিয়াত সহায় কৰে। সেয়ে তৎক্ষণত ছৰ্ডি-কাহ আৰু শ্বাসনলীৰ সংক্রমণ নহয়।

• জগিং আৰু অন্যান্য ব্যায়াম কৰিলে ওজন স্বাভাবিক থাকে। বাঢ়ি যোৱা ওজনে নানা সংক্রমণৰ সম্ভাৱনীয়তা বঢ়াই দিয়ে।

• নিয়মিত ব্যায়াম কৰিলে শৰীৰত বিভিন্ন জীবাণুৰ বিৰুদ্ধে এন্টিবডী সৃষ্টি হোৱাৰ গতি বাঢ়ি যায়। শ্বেত ৰক্তকণিকাৰ সংখ্যা বাঢ়ে। শ্বেত ৰক্তকণিকাই ৰোগ প্রতিৰোধ ব্যৱস্থাক জোৰদাৰ কৰে। যিকোনো জীবাণু শৰীৰত প্রবেশ কৰিলে দ্রুতভাৱে সেইবোৰ নিঃশেষ কৰি দিয়ে।

• একে ধৰণৰ ব্যায়াম প্রতি দিনে কৰিলে একঘেয়ামী লাগিব পাৰে। তেনে ক্ষেত্রত সলাই সলাই আসন কৰিব পাৰে। কোনোবা দিনা চাইকেল চলালে, কেতিয়াবা আসন কৰিলে। কিন্তু নিয়ম মানি সপ্তাহত পাঁচদিন আধা ঘণ্টা দ্রুতগতিত খোজকঢ়া খুব প্ৰয়োজন।
ব্যায়ামৰ উপৰি সঠিক ডায়েট আৰু মন ভালে ৰাখিব লাগিব। ধুমপানসহ ধঁপাত আৰু মদ্যপানৰ নিচা নেৰিলে ৰোগ প্রতিৰোধ ব্যৱস্থা বঢ়োৱাটো কঠিন।

Tags: featured3
Share10Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Retirement Readiness Index : অৱসৰৰ প্ৰস্তুতি সূচকাংকৰ শীৰ্ষত পূব ভাৰত, ৰাষ্ট্ৰীয় গড়তকৈ উৰ্ধ্বত অৱস্থান
Lifestyle

Retirement Readiness Index : অৱসৰৰ প্ৰস্তুতি সূচকাংকৰ শীৰ্ষত পূব ভাৰত, ৰাষ্ট্ৰীয় গড়তকৈ উৰ্ধ্বত অৱস্থান

by News Desk
March 26, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx