ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হাওৰাঘাটত একেদিনাই ১৭৯ চৰকাৰী গৃহৰ আধাৰশিলা স্থাপন

ASSAM TIMES POST by ASSAM TIMES POST
August 6, 2019
Reading Time: 1 min read
A A
0
হাওৰাঘাটত একেদিনাই ১৭৯ চৰকাৰী গৃহৰ আধাৰশিলা স্থাপন

assam times post | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

হাওৰাঘাটঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ হাওৰাঘাট উন্নয়ন খণ্ডৰ অধীনস্থ কেইবাখনো গাঁৱত মঙলবাৰে পুৱা ৯ বজাৰপৰা ১৭৯টা পিএমএৱাইজি অৰ্থাৎ প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়।

IMG 20190806 WA0004 | ASSAM TIMES POST

হাওৰাঘাট অঞ্চলৰ টোপুৰা গাঁৱৰ নাৰায়ণ লাগৰি, দাসু লাগৰি আৰু দামা ৱাৰিছাবাইৱাৰ গৃহত উপস্থিত থাকি প্ৰতিটোতে এক লাখ ত্ৰিশ হাজাৰ টকা ব্যয় সাপেক্ষে আধাৰশিলা স্থাপন কৰে হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেং আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপীয়ে।

তদুপৰি কাৰ্যবাহী সদস্যজনৰ পত্নী চিত্ৰা টেৰণপীয়েও কেইবাটাও গৃহৰ আধাৰশিলা স্থাপন কৰে। ইয়াত খনছিং ৰংপীয়ে কয় যে বিগত কংগ্ৰেছৰ শাসনকালত গাঁৱখনত কংগ্ৰেছ দলে দুখীয়া ৰাইজক চৰকাৰী আৱাসগৃহ দিব পৰা নাছিল।

বহু বছৰ ধৰি বঞ্চিত হৈ থকা শতাধিক লোকক এইবাৰ বিজেপিয়ে একেদিনাই কেৱল এখন গাঁৱতে ৫৯টা পিএমএৱাইজি আঁচনিৰ আধাৰশিলা স্থাপন কৰিলে বুলি কোৱাৰ লগতে হাওৰাঘাটৰ আৰু অন্যান্য গাঁৱত মুঠ ১৭৯টা গৃহৰ একেদিনাই আধাৰশিলা স্থাপন কৰা হৈছে বুলি কয়।

IMG 20190806 WA0006 | ASSAM TIMES POST

সমান্তৰালভাৱে বিজেপি কৰ্মী চন্দ্ৰ সাগৰ কোচ, তনু বৰা, ৰত্নকান্ত পাঠক, জোনটি বৰা, ৰূপক বৰুৱা ৰবীনচন ইংতি, ছামছিং টেৰণ, টিকেন বৰা আৰু দিলীপ ইংতিয়ে পৃথকে পৃথকে চৰকাৰী গৃহৰ আধাৰশিলা স্থাপন কৰে।

Share6Tweet3Send

Related Posts

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ
KARBI ANGLONG

কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬
National-International

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
50
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী
National-International

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026
50
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

‎Civil honor : ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিলে পদ্ম বঁটা ২০২৬

May 25, 2026
Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

Cockroach Janata Party : এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত পঁইতাচোৰা পাৰ্টী

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx