ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেশৰ ৮ ৰাজ্যত ১৯ আসনত ৰাজ্যসভা নিৰ্বাচন : ৰাজস্থানত বেকফুটত বিজেপি, অন্ধ্রপ্রদেশৰ ৪ আসন ৱাইএছআৰ কংগ্ৰেছলৈ

News Desk by News Desk
June 19, 2020
Reading Time: 1 min read
A A
0
দেশৰ ৮ ৰাজ্যত ১৯ আসনত ৰাজ্যসভা নিৰ্বাচন : ৰাজস্থানত বেকফুটত বিজেপি, অন্ধ্রপ্রদেশৰ ৪ আসন ৱাইএছআৰ কংগ্ৰেছলৈ

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

দেশৰ ৮ খন ৰাজ্যত ১৯খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়৷ শুকুৰবাৰে অনুষ্ঠিত এই নিৰ্বাচনত উল্লেখনীয় দিশ হ’ল ৰাজস্থানত গেৰুৱা শিবিৰক বেকফুটত ৰাখিলে কংগ্ৰেছে ৷

আনহাতে অন্ধ্রপ্রদেশৰ চাৰিখন আসন পালে ৱাইএছআৰ কংগ্ৰেছে৷ একেদিনাই বিয়লি ৫ বজাত ভোট গণনা আৰম্ভ হয়৷ উল্লেখ্য যে ১৯ খন আসনৰ ভিতৰত অন্ধ্রপ্রদেশ আৰু গুজৰাটত আছিল ৪, মধ্যপ্রদেশ আৰু ৰাজস্থানত ৩, ঝাৰখণ্ডত ২, মণিপুৰ, মেঘালয় আৰু মিজোৰামত এখনকৈ আসন আছিল৷ নিৰ্বাচনৰ ফলাফল অনুসৰি মধ্যপ্রদেশৰ ৰাজ্যসভা আসনৰ দুখনত বিজেপি আৰু এখনত কংগ্ৰেছ দলে জয়লাভ কৰে৷ ৰাজস্থানত দুখনত জয়ী হয় কংগ্ৰেছ৷ বিজেপিয়ে ৰাজস্থানত এখন আসন লাভ কৰে৷ গুজৰাটত দুজন বিধায়কৰ ভোট বাতিলৰ দাবীত কংগ্ৰেছ নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হয়৷ মণিপুৰত একমাত্ৰ আসনত বিজেপি জয়ী হয়৷ মেঘালয়ত এনপিপি প্ৰাৰ্থী জয়ী হয়৷ আনহাতে মিজোৰামত বিজেপিৰ মিত্ৰ এমএনএফ জয়ী হয়৷

Tags: feature
Share4Tweet3Send

Related Posts

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

by News Desk
June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

by News Desk
June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

by News Desk
June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

Fingerprint scan : আঙুলিৰ ছাপ স্কেন কৰি অপৰাধীক চিনাক্ত কৰিবলৈ প্ৰযুক্তি : নতুন মোবাইল এপ মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

Ban on medicine : জনস্বাস্থ্যৰ স্বাৰ্থত কঠোৰ ব্যৱস্থা গ্ৰহণ স্বাস্থ্য মন্ত্ৰালয়ৰ : পেৰাচিটামলকে ধৰি ১৬টা ঔষধৰ ওপৰত নিষেধাজ্ঞা

ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT