ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাজ্যৰ শেহতীয়া বানত ১৩জনৰ মৃত্যু:

ASSAM TIMES POST by ASSAM TIMES POST
June 26, 2020
Reading Time: 1 min read
A A
0
ৰাজ্যৰ শেহতীয়া বানত ১৩জনৰ মৃত্যু:

0 1 e1574345654996 6 1 2 2 14 9 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

নিউজ ডেস্ক:

অসমৰ শেহতীয়া বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। আজিৰ দিনটোত আৰু এজন লোকৰ মৃত্যু হোৱাৰ উপৰি মুঠ ১.৮৯ লাখ লোক বানত আক্ৰান্ত হৈছে। আনহাতে, ৰাজ্যৰ শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩জনলৈ বৃদ্ধি পালে।

বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ন ন অঞ্চল প্লাবিত হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বানাক্ৰান্ত জিলাসমূহৰ প্ৰশাসনক যুদ্ধকালীন তৎপৰতাৰে বানাক্ৰান্তসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে। আনহাতে, এই ক্ষেত্ৰত কোভিড পৰিস্থিতিৰ প্ৰতিও সজাগ হ’বলৈ জনাইছে।

উল্লেখযোগ্য যে বানত অতিকৈ ক্ষতিগ্ৰস্ত হোৱা ধেমাজি জিলাত প্ৰায় ৯১ হাজাৰ লোক বানৰ কবলত পৰিছে। ক্ষতিগ্ৰস্ত আন জিলাসমূহৰ ভিতৰত যোৰহাট, শিৱসাগৰ, মাজুলী আৰু ডিব্ৰুগড় জিলাৰ অৱস্থা অধিক শোচনীয়।ইয়াৰ উপৰি লখিমপুৰ, বিশ্বনাথ, গোলাঘাট আৰু তিনিচুকীয়া জিলাৰ ন ন অঞ্চল বানৰ কবলত পৰিছে।

Tags: featured3
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০
National-International

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

July 3, 2026
50
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026
50
Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ
National-International

Japan PM India visit I ‘কনিষ্ঠ ভগ্নী’ক দিল্লীত বিপুল আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

July 3, 2026
Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 3, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx