ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত যষ্ঠ হস্ততাঁত দিৱস উদযাপন :

শিপিনীসকলক সন্মান প্ৰদৰ্শনৰ বাবে এই অনুষ্ঠান- মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং

ASSAM TIMES POST by ASSAM TIMES POST
August 7, 2020
Reading Time: 1 min read
A A
0
ডিফুত যষ্ঠ হস্ততাঁত দিৱস উদযাপন :

logo new 2 | ASSAM TIMES POST

RELATED POSTS

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু :কার্বি আংলং জিলা হস্ততাঁত বয়ন শিল্প বিভাগৰ উদ্যোগত যষ্ঠ হস্ততাঁত দিৱস ডিফু আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং। সন্মানীয় অতিথিৰূপে উপস্থিত থাকে সাংসদ হবেণছিং বে। মুখ্য অতিথিৰ ভাষণত ৰংহাঙে কয় যে- দেশৰ প্রথমখন হস্ততাঁত দিৱস ২০১৫ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উদ্যোগত চেন্নাইত অনুষ্ঠিত হৈছিল।

https://wordpress-440531-2470801.cloudwaysapps.com/wp-content/uploads/2020/08/WhatsApp-Video-2020-08-07-at-8.55.23-PM.mp4

দেশৰ বয়ন শিল্পআৰু শিপিনীসকলক সন্মান প্রদর্শনৰ বাবে এই দিৱসৰ আয়োজন কৰা হৈছিল৷ আৰ্থ-সামাজিক বিকাশত এই উদ্যোগৰ যথেষ্ট অৰিহণা আছে বুলিও ৰংহাঙে মন্তব্য কৰে। তেওঁ কয় যে কার্বি আংলং জিলাত হস্ততাঁত আৰু বয়ন শিল্প সংৰক্ষণৰ বাবে প্রতিটো সমষ্টিতে এটাকৈ সমূহীয়া ভৱন স্থাপন কৰা হ’ব। আজিৰ এই অনুষ্ঠানত বহু শিপিনীক সন্মান প্রদান কৰা হয়। এই কার্যসূচীত বিভাগটোৰ কার্যবাহী সদস্য ৰতন টেৰণে সভাপতিত্ব কৰে।

117112063 1012027155921676 5524301741791389519 n | ASSAM TIMES POST

উল্লেখ্য যে হস্ততাঁত খণ্ডটো হ’ল ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। ইয়াৰ উপৰি হস্ততাঁত মন্ত্ৰালয়ৰ মতে ই জীৱন নিৰ্বাহৰ এক গুৰুত্বপূৰ্ণ উতস হিচাপে, বিশেষকৈ নাৰীসকলৰ বাবে, যিসকলৰ ৭০ শতাংশই শিপিনী আৰু ইয়াৰ লগত জড়িত বিভিন্ন খণ্ডত কাম কৰি আহিছে। এই দিৱসটো পালন কৰা হয় হস্ততাঁত সম্প্ৰদায়ৰ সন্মানত আৰু ভাৰতৰ আৰ্থ-সামাজিক বিকাশত তেওঁলোকে আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি হিচাপে। ইয়াৰ উদ্দেশ্য হৈছে এই ঐতিহ্যৰ সংৰক্ষণ আৰু এই খণ্ডৰ কৰ্মীসকলক সবলীকৰণ কৰা।

117432583 1012027012588357 487712487691324710 n | ASSAM TIMES POST

চলিত বৰ্ষত ছচিয়েল মিডিয়া প্ৰচাৰৰ অংশ হিচাপে মন্ত্ৰালয়ে সকলো কেন্দ্ৰীয় মন্ত্ৰী, লেফটেনেণ্ট গৱৰ্ণৰ, মুখ্যমন্ত্ৰী, সাংসদৰ উপৰি সংশ্লিষ্ট উদ্যোগপতিসকলক দেশৰ হস্ততাঁত বয়ন সম্প্ৰদায়ৰ সংহতিৰ ক্ষেত্ৰত থিয় দিবৰ বাবে তেওঁলোকৰ ছচিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে প্ৰচাৰ চলাবলৈ অনুৰোধ জনায়।

লগতে কেন্দ্ৰীয় চৰকাৰৰ সচিবসকল আৰু সমপৰ্যায়ৰ বিষয়াসকলকো উপস্থাপনৰ বাবে একে ধৰণৰ অনুৰোধ জনায়। অৱশ্যে মন্ত্ৰালয়ে লগতে কয় যে অতিমাৰিৰ বাবে প্ৰদৰ্শনী বা মেলাৰ দৰে পৰম্পৰাগত ইভেণ্টসমূহ অনুষ্ঠিত কৰিব পৰা নাযাব।

WhatsApp Image 2020 08 07 at 8.05.38 PM | ASSAM TIMES POST

কিন্তু শিপিনীসকলে যাতে তেওঁলোকৰ উতপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা হেৰুৱালগা নহয় তাৰবাবে মন্ত্ৰালয়ে তেওঁলোকক তেওঁলোকৰ উতপাদিত সামগ্ৰী অনলাইন বিক্ৰীৰ সুবিধা প্ৰদান কৰিব। ‘আত্মনিৰ্ভৰ ভাৰত’ পদক্ষেপক ত্বৰান্বিত কৰাৰ পদক্ষেপ হিচাপে, Handloom Export Promotion Council-এ এক ভাৰ্চুৱেল বাণিজ্যৰ আয়োজন কৰিব, য’ত সমগ্ৰ দেশৰ ১৫০তকৈও অধিক শিপিনীয়ে অংশগ্ৰহণ কৰিব।

৭ আগষ্টৰ দিনটো স্বদেশী আন্দোলনৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। এই আন্দোলন আৰম্ভ হৈছিল ১৯০৫ চনৰ একেটা তাৰিখত আৰু বৰ্তমান ইয়াক ব্যৱহাৰ কৰা হয় খণ্ডটোৰ গ্ৰহণযোগ্যতা আৰু কৰ্ম-সংস্থাপনৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে। উল্লেখ্য যে প্ৰথম হস্ততাঁত দিৱস উদযাপন হৈছিল ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত চেন্নাইত।

Tags: featured3
Share4Tweet3Send

Related Posts

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়
National-International

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

July 2, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

July 2, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

July 2, 2026
50
Whatsapp account ban : নিষিদ্ধ ৭০ লাখ ৱাটছএপ একাউণ্ট, নিয়ম নামানিলে আপোনাৰো হ’ব বিপদ
National-International

WhatsApp । ৱাটছএপত‘ইউজাৰনেম’ ফিচাৰ বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ কেন্দ্ৰৰ

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

Russia fuel crisis I তীব্ৰ ইন্ধন সংকটত ৰাছিয়া, ভাৰতৰ পৰাও পেট্ৰ’ল ক্ৰয়

July 2, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy I কুম্ভমেলাৰ সময়তেই ৰাম মন্দিৰত হৈছিল সৰ্বাধিক চুৰিৰ ঘটনা, কাৰ পকেটলৈ গৈছে দানৰ বেছিভাগ ধন?

July 2, 2026
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ ভূমি বিতৰ্ক, উচ্ছেদ আইনৰ অধীনত জাননী প্ৰেৰণ কৰি শুনানিৰ বাবে চমন

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx