ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাজ্যত বিভীষিকাময় পৰিস্থিতিৰ মাজত খোলা হৈছে বিদ্যালয়ঃ আক্ৰান্ত ৮ গৰাকী শিক্ষাৰ্থী

ASSAM TIMES POST by ASSAM TIMES POST
September 29, 2020
Reading Time: 1 min read
A A
0
ৰাজ্যত বিভীষিকাময় পৰিস্থিতিৰ মাজত খোলা হৈছে বিদ্যালয়ঃ আক্ৰান্ত ৮ গৰাকী শিক্ষাৰ্থী

logo new 2 1 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

ষ্টাফ ৰিপ’ৰ্টাৰ:

ক’ৰোণা সংক্ৰমণৰ মাজতেই ৰাজ্যত খুলি দিয়া হৈছে শিক্ষানুষ্ঠান সমূহ। বিগত ২১ চেপ্তেম্বৰৰ পৰা বিদ্যালয় সমূহত আৰম্ভ কৰা হৈছে পাঠদান। কিন্তু, এইখিনিতে বৰ্তমান উল্লেখনীয় বিষয় হৈছে যে শেহতীয়াকৈ পাঠশালাৰ তিনিখন বিদ্যালয়ৰ ৮ গৰাকীকৈ শিক্ষাৰ্থী ক’ৰোণা আক্ৰান্ত হৈছে ।

ৰাজ্য চৰকাৰৰ আদেশ তথা নিয়মনুসৰি, শিক্ষক তথা ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পাঠশালাৰ বিদ্যালয় তিনিখনে ক’ভিড টেষ্ট কৰোৱাৰ পিছতেই আঠগৰাকী শিক্ষাৰ্থী ক’ৰোণাক্ৰান্ত হয়।

ৰাজ্যত চলি থকা এনে পৰিস্থিতিৰ মাজত শিক্ষাৰ্থী সকলৰ মাজতো হৈ থকা এনে সংক্ৰমণে বৰ্তমান চিন্তাত পেলাইছে অভিভাৱক সকলক।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
50
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক
National-International

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

June 29, 2026
Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT