ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

যিকোনো মুহূৰ্তত গ্রেপ্তাৰৰ সম্ভাৱনা! বম্বে হাইকোর্টৰ দ্বাৰস্থ সুশান্তৰ দুই ভগ্নী

Staff Reporter by Staff Reporter
October 28, 2020
Reading Time: 1 min read
A A
0
যিকোনো মুহূৰ্তত গ্রেপ্তাৰৰ সম্ভাৱনা! বম্বে হাইকোর্টৰ দ্বাৰস্থ সুশান্তৰ দুই ভগ্নী

logo new 2 1 1 5 | ASSAM TIMES POST

RELATED POSTS

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

নিউজ ডেস্কঃ

প্রয়াত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ দুই বায়েক প্রিয়ঙ্কা আৰু মিতু সিঙে ভয় খাইছে যে যিকোনো সময়ত তেওঁলোকক চিবিআইয়ে গ্রেপ্তাৰ কৰিব পাৰে। সেই কাৰণে বম্বে হাইকোর্টত তেওঁলোকে আবেদন জনাইছে পিটিচনৰ শুনানি সোনকালে আৰম্ভ কৰাৰ বাবে। ন্যায়াধীশ এছএছ সিন্দে আৰু ন্যায়াধীশ এমএছ কর্নিক এই আবেদন কৰাৰ কাৰণ জানিবলৈ বিচৰাত প্রিয়ঙ্কা আৰু মিতুৰ আইনজীৱী মাধৱে থোৰাটে দুয়োৰে তৰফৰ পৰা আদালতক জনায়, যিহেতু তেওঁলোক দুয়ো এই গোচৰত অভিযুক্ত, সেয়ে তেওঁলোক যিকোনো সময়ত গ্রেপ্তাৰ হোৱাৰ ভয় খাইছে।

উল্লেখ্য যে, যোৱা ৭ ছেপ্টেম্বৰত সুশান্তৰ দুই বায়েকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে অভিনেত্রী ৰিয়া চক্রৱর্তীয়ে। সেই এফআইআৰ বাতিল কৰাৰ দাবীত পিটিচন জমা দিছে প্রিয়ঙ্কা আৰু মিতুই। ইফালে তেওঁলোকৰ পিটিচন বাতিল কৰাৰ আবেদন জনাইছে ৰিয়াই। অহা ৪ নৱেম্বৰত এই পিটিচনৰ শুনানি হোৱাৰ কথা।

সুশান্তক ‘ভুৱা প্রেছক্রিপচন’ দিয়াৰ অভিযোগ এফআইআৰ কৰিছিল ৰিয়াই। তেওঁৰ দাবী, কেইবাজনো চিকিৎসকৰ সৈতে মিলি ষড়যন্ত্র কৰি এই প্রেছক্রিপচন প্ৰস্তুত কৰা হয়। তেওঁৰ এফআইআৰত দিল্লীৰ চিকিৎসক ডঃ তৰুণ কুমাৰৰো নাম আছে। এজন কার্ডিঅলজিষ্ট হৈ তেওঁ কেনেদৰে এজন অপৰিচিতক এই ধৰণৰ ঔষধ প্রেছক্রাইব কৰিব পাৰে, তাক লৈ প্রশ্ন তুলিছে ৰিয়াই।

Tags: featured3
Share4Tweet3Send

Related Posts

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT