ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাইলৈৰ পৰা ৰাজ্যত খুলিব বিদ্যালয়-মহাবিদ্যালয়ঃ কিন্তু থাকিব কেতবোৰ নিয়ম

ASSAM TIMES POST by ASSAM TIMES POST
November 1, 2020
Reading Time: 1 min read
A A
0
কাইলৈৰ পৰা ৰাজ্যত খুলিব বিদ্যালয়-মহাবিদ্যালয়ঃ কিন্তু থাকিব কেতবোৰ নিয়ম

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

ষ্টাফ ৰিপ’ৰ্টাৰ:

বিগত ৮-৯ মাহৰ অন্তত অৱশেষত ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ’ব পাঠদান। বিদ্যালয়, মহাবিদ্যালয় সমূহ খোলা হ’ব যদিও থাকিব কেতবোৰ নীতি নিৰ্দেশনা। এটা শ্ৰেণীত ২০ ৰ ২৫ৰ ভিতৰতহে শিক্ষাৰ্থী উপস্থিত থাকিব আৰু সমান্তৰালকৈ হ্ৰাস কৰা হ’ব বিদ্যালয়ৰ পাঠক্ৰম।

অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে বাকী শ্ৰেণীক পৰীক্ষা অবিহনে কৰোৱা হ’ব উত্তীৰ্ণ। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পাতিব বোৰ্ডে; অষ্টম শ্ৰেণীৰ পৰীক্ষা পাতিব বিদ্যালয়ে।

বিদ্যালয়-মহাবিদ্যালয়ৰ ক্ষেত্ৰত থকা কেতবোৰ নিয়ম হ’ল ক্ৰমেঃ

ডিচেম্বৰ মাহৰ পৰা খোলা হ’ব হোষ্টেল।

অনলাইন শিক্ষা চলি থাকিব।

মহাবিদ্যালয়সমূহ ২ নৱেম্বৰৰ পৰা স্বাভাৱিকভাবে খুলিব।

প্ৰতি শ্ৰেণীত ২৫ তকৈ বেছি ছাত্ৰ ছাত্ৰী থাকিব নালাগে।

স্নাতক পৰ্যায়ৰ তিনিওটা চেমিষ্টাৰৰ বাবে বেলেগ বেলেগ বাৰত হ’ব পাঠদান।

প্ৰথম ছেমিষ্টাৰৰ পাঠদান হ’ব সোমবাৰ, বৃহস্পতিবাৰে

তৃতীয় ছেমিষ্টাৰৰ পাঠদান হ’ব মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে

পঞ্চম চেমিষ্টাৰৰ পাঠদান হ’ব মঙলবাৰ, বুধবাৰ, শনিবাৰে।

ঘৰৰ কাষৰ কলেজ খনতে এমাহৰ বাবে পঢ়িব পাৰিব।

পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব বিদ্যালয়।

মিড ডে মিলৰ বাবে গাঁওৰ ছাত্ৰ ছাত্ৰী সকল ঘৰলৈ যাব পাৰিব।

বিদ্যালয়লৈ গৈ হ’মৱক বা শিক্ষকৰ লগত আলোচনা কৰিব পাৰিব।

ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ আৰম্ভ হ’ব। ৮.৩০ বজাত বিদ্যালয় খুলিব। ১২,৩০ বজালৈকে এটা ক্লাচ আৰু ১.৩০ৰ পৰা ৪.৩০বজালৈকে এটা ক্লাচ হ’ব।

প্ৰথম ১৫ দিন অ’ৰিয়েনটেশ্যন হ’ব তাৰ পিছত ক্লাছ হ’ব।

ৰাতিপুৱা ৫০ শতাংশ আৰু পিছবেলা ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীক মতাই পাঠদান হ’‍ব।

পাঠ্যক্ৰম হ্ৰাস কৰোৱা হ’ব; কেৱল তিনিটা শ্ৰেণীৰহে পৰীক্ষা হ’ব।  ৮, ১০ আৰু ১২।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
ADVERTISEMENT
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
50
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই
National-International

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026
50
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

May 26, 2026
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

May 26, 2026
Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

Karnataka Govt. : কৰ্ণাটকত কংগ্ৰেছৰ নাটক : শিৱকুমাৰক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে প্ৰিয়ংকাই

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx