ASSAM TIMES POST
● পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত মুকৈৰাম উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইচাহাক আলিৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ সজাতি দলে জব্দ কৰে কাঠ ভৰ্ত্তি ট্ৰাকখন

● জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য অনুমানিক তিনি লক্ষাধিক হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ
● আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ ML04 6279













