![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকা-হোজাই সংযোগী লংকা অগ্নিনিৰ্ৱাপন পথত ট্ৰেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰাজু বৰ্মন নামৰ বাইক আৰোহীজন। অন্যহাতে, শেখৰ নামৰ আন এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। তদুপৰি বাইকখনত আছিল সবুজ দাস আৰু বিকু দাস বৰ্মন নামৰ আন ২ জন যুৱক। দুৰ্ঘটনা গ্ৰস্ত বাইকখনৰ পঞ্জীয়ন নম্বৰ AS01 U 1511












