![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
নখুটি ১নং চাৰ্থে গাঁৱৰ লামডিং বনঞ্চালৰ ভিতৰত উদ্ধাৰ মৃত হাতীটো কোনো দুৰ্বত্তই হাতীটো মাৰি মাংস কাটি লৈ যায়৷
এতিয়ালৈকে হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই যদিও, ধান খাবলৈ জংঘলৰ বাহিৰত অহা অৱস্থাত কোনো দুৰ্বত্তই হত্যা কৰাৰ সন্দেহ বন বিভাগৰ।












