![]()
বিপিএফৰ সদ্য পদত্যাগী নেতা বিশ্বজিৎ দৈমাৰীয়ে আজি ত্যাগ কৰিলে ৰাজ্যসভাৰ সাংসদ পদ। সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে বিপিএফৰ সাংসদগৰাকীয়ে।
বিজেপিত যোগদান কৰিব লগা সাংসদ গৰাকীয়ে গুৱাহাটীৰ হোটেল লিলিত সংবাদমেল সম্বোধন কৰি কয়- বিজেপি-বিপিএফৰ ২০১৬ৰ মিত্ৰতা আজি অন্তিম পৰ্যায়ত।
ইফালে বিপিএফৰ বিধায়ক ইমানুৱেল মোচাহৰীয়েও যোগদান কৰিব বিজেপিত।













