ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পঞ্চাশ বছৰীয়া লক্ষ্য আগত ৰাখি আজি আনুষ্ঠানিক আত্মপ্ৰকাশ অসম জাতীয় পৰিষদৰ

লুৰিন জ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি আৰু জগদীশ ভূঞাক সাধাৰণ সম্পাদক নিৰ্বাচিত

News Desk by News Desk
December 17, 2020
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

ষ্টাফ ৰিপ’ৰ্টাৰ

৬ আৰু ১৭ ডিচেম্বৰৰ দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিবৰ্তনৰ আজি সামৰণি পৰে। শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত আজি অনুষ্ঠিত মুকলি সভাত আজি অসম জাতীয় পৰিষদ দল গঠনৰ আনুষ্ঠানিক ঘোষণা কৰা হয়। লগতে ঘোষণা কৰা হয় দলটোৰ কাৰ্যনিৰ্বাহক সমিতিখনো। লুৰিণ জ্যোতি গগৈক সভাপতি, সদ্য অগপ ত্যাগ কৰি অহা বিধায়ক পবিন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি আৰু জগদীশ ভূঞাক সাধাৰণ সম্পাদক হিচাপে লৈ মূল সমিতিখন গঠন কৰা হয়। লগতে ১১গৰাকী উপ সভাপতি, ১১গৰাকী সম্পাদক, ১১গৰাকী যুটীয়া সম্পাদক আৰু ১১গৰাকী সাংগঠনিক সম্পাদকৰ নামো ঘোষণা কৰা হয়।

ajp | ASSAM TIMES POST

আজিৰ মুকলি সভাত এএছডিচি আৰু আদিবাসী ছাত্ৰ সন্থাই আগন্তুক দিনত এজেপিৰ সৈতে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে, অভিবৰ্তন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্য আহ্বায়ক ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্যই।

আজিৰ সভাত কেইবাটাও ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে আগন্তুক ৫০ বছৰৰ বাবে কৰ্মসূচী নিৰ্ধাৰণ কৰি দলটো আগবাঢ়ি যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়।

ইফালে আজি পুৱা নাট্যমন্দিৰত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। উক্ত প্রতিনিধি সভাত দলৰ সংবিধানখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।

আনহাতে, বুধবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত অনুষ্ঠিত হয় প্ৰতিনিধি সভা আৰু দিক দৰ্শন অনুষ্ঠান। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হোমেন বৰগোহাঞি।

অসম জাতীয় পৰিষদৰ সম্পূৰ্ণ কাৰ্যনিৰ্বাহক সমিতি 

ajp1 | ASSAM TIMES POST

সভাপতি : লুৰিন জ্যোতি গগৈক

কাৰ্যকৰী সভাপতি : পবিন্দ্ৰ ডেকা

উপ সভাপতি : অদীপ কুমাৰ ফুকন, ডঃ শিখৰ শৰ্মা, ৰানা চাংমাই, ৰবীন্দ্ৰ কুমাৰ দত্ত, ইজৰাইল নন্দ, ইমদাদ হুছেইন, পলাশ ৰঞ্জন বৰুৱা, প্ৰদীপ ৰঞ্জন কৰ, ডঃ হৰেন চুতীয়া, ডঃ বীৰেন বৰুৱা, প্ৰণীতা ডেকা

সাধাৰণ সম্পাদক : জগদীশ ভূঞাক

সম্পাদক : চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন, ৰাফেল কুজুৰ, বিশ্বজিৎ টিপমীয়া, জান বৰা, ৰাজীৱ ভট্টাচাৰ্য, সঞ্জয় দেৱ, দীপক হাজৰিকা, আব্দুল হাচিম, কমল ডেকা আৰু বাণী দাস

যুটীয়া সম্পাদক : প্ৰিন্স ফাইজুৰ হক, লুচী নেওগ, লাকিমণি বৰা, ইমদাদ হুছেইন, ডঃ গোপাল ফুকন, কমলেশ ডেকা, মৈত্ৰেয়ি প্ৰিয়দৰ্শনী, চন্দ্ৰপ্ৰকাশ শৰ্মা খন্দেলৱাল, সমীৰ মেচ, দুলদুল বৰকটকী, পার্থ প্ৰতিম ভৰালী

সাংগঠনিক সম্পাদক : চন্দন সন্দিকৈ, অচ্যুৎ শইকীয়া, ফকৰুল ইছলাম মজুমদাৰ, ৰানা বৰদলৈ, গোবিন্দ বায়ন, টংকেশ্বৰ কোঁৱৰ, ৰূপজ্যোতি ৰাজবংশী, ওহেদুৰ খন্দেকৰ, গোবিন বায়ন, মহেশ বৰ্মন, পবন শইকীয়া

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
50
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx