ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নতুন বছৰৰ উপহাৰ : দেশৰ ৬ চহৰত ‘লাইট হাউচ’ প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীৰ

ASSAM TIMES POST by ASSAM TIMES POST
January 1, 2021
Reading Time: 1 min read
A A
0
নতুন বছৰৰ উপহাৰ : দেশৰ ৬ চহৰত ‘লাইট হাউচ’ প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীৰ

logo new 2 1 1 | ASSAM TIMES POST

নিউজ ডেক্স:

নতুন বছৰৰ প্রথম দিনাই দেশৰ ছয়খন চহৰক ডাঙৰ উপহাৰ দিলে প্রধানমন্ত্রীয়ে। মধ্যপ্রদেশৰ ইন্দোৰ, গুজৰাট ৰাজকোট, তামিলনাডুৰ চেন্নাই, ঝাৰখণ্ডৰ ৰাচি, ত্রিপুৰাৰ আগৰতলা আৰু উত্তৰ প্রদেশৰ লখনউত একেলগে অত্যাধুনিক লাইট হাউচ প্রকল্পৰ সূচনা কৰিলে নৰেন্দ্র মোদীয়ে। উপস্থিত আছিল সংশ্লিষ্ট ৰাজ্যকেইখনৰ মুখ্যমন্ত্রীসকলো।

PM Modi lays foundation stone of Light House Projects (LHPs) under Global Housing Technology Challenge-India . LHPs will be constructed at Indore,Rajkot, Chennai, Ranchi, Agartala & Lucknow,comprising about 1,000 houses at each location along with allied infrastructure facilities pic.twitter.com/wf6Q7WPLF9

— ANI (@ANI) January 1, 2021

RELATED POSTS

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

প্রধানমন্ত্রী দপ্তৰৰ সূত্ৰ মতে, লাইট হাউচ প্রকল্প, অত্যাধুনিক আন্তর্জাতিক মানৰ প্রযুক্তি, সৰঞ্জাম আৰু পদ্ধতিৰ মাধ্যমেৰে নির্মাণ কামৰ উদাহৰণ হ’বলৈ আগবাঢ়িছে। দেশত এই প্রথম ইমান ডাঙৰ মাপত এই ধৰণৰ প্রকল্প বাস্তবায়িত হ’ব।

ঘৰ নির্মাণৰ ক্ষেত্রত সর্বাঙ্গিনভাবে উদ্ভাবনমূলক প্রযুক্তি গ্রহণ কৰি জিএইচটিচি-ইণ্ডিয়াৰ অধীনত এই প্রকল্পবোৰ বাস্তবায়িত হ’ব। যি ছয়খন চহৰ নিৰ্বাচন কৰা হৈছে, তাৰ প্রত্যেকখনতে উন্নত আন্তঃগাঁঠনিৰ সহায়ত ১০০০টা ঘৰ নির্মাণ কৰা হ’ব।

ঘৰবোৰ নিৰ্মাণ হ’ব মাত্র ১২ মাহৰ ভিতৰত। আৰু এই ঘৰ নিৰ্মাণত তথাকথিত নির্মাণ সামগ্রী ইটা, বালি, চিমেণ্ট ব্যৱহাৰ কৰা নহ’ব। লাইট হাউচ প্রকল্পৰ অধীনত বিকল্প পৰিবেশবান্ধৱ সামগ্রীৰে ঘৰ নির্মাণ কৰা হ’ব। কেন্দ্রৰ দাবী, এই প্রকল্পৰ অধীনত নির্মিত ঘৰবোৰ আর্থিক দিশত কম খৰচী, স্থিতিশীল, উন্নতমানৰ আৰু বহনক্ষম হ’ব।

প্রধানমন্ত্রীৰ দাবী, এই প্রকল্পই এক পাইলট প্রজেক্ট হিচাবে কাম কৰিব। আৰু আগন্তুক দিনত দেশৰ বিভিন্ন প্রান্তত এই অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি ঘৰ নির্মাণ সম্ভৱ হ’ব।

প্রধানমন্ত্রীয়ে আজি চহৰাঞ্চলৰ বাবে ASHA-INDIA প্রকল্পৰো ঘোষণা কৰে। এই প্রকল্পৰ অধীনত ঘৰ নির্মাণৰ ক্ষেত্রত অত্যাধুনিক প্রযুক্তি ব্যবহাৰকাৰী ষ্টাৰ্টআপসকলক উৎসাহ প্রদান কৰা হ’ব। নৰেন্দ্র মোদীৰ দাবী, বিগত ৬ বছৰত প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত লাখ লাখ ঘৰ নিৰ্মাণ কৰা হৈছে।

প্রধানমন্ত্রীয়ে কয়, ‘হাউছিং ফৰ অল’ লক্ষ্য অর্জনৰ বাবে যি চতুর্মুখী কাম কৰা হৈছে, সেয়া কোটি কোটি দুখীয়া আৰু মধ্যবিত্তৰ উপকাৰত আহিছে। আমাৰ বিশ্বাস ‘হাউছিং ফৰ অল’ৰ স্বপ্ন নিশ্চয় পূৰণ হ’ব।’

Tags: featured3
Share4Tweet3Send

Related Posts

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

by News Desk
August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

by News Desk
August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

by News Desk
August 12, 2026
50
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
ADVERTISEMENT
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT