ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঘূৰণীয়া মেজমেল

ASSAM TIMES POST by ASSAM TIMES POST
August 25, 2019
Reading Time: 1 min read
A A
0
ঘূৰণীয়া মেজমেল

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

গুৱাহাটীঃ এনআৰচিৰ পিছৰ অসমঃ জ্ঞানৰ সন্ধানত এক ঘূৰণীয়া মেজমেল শীৰ্ষক কাৰ্যক্ৰম দেওবাৰে অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়স্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত। ইয়াৰ উদ্যোক্তা হ’ল অসম সাহিত্য সভা, নন্দ তালুকদাৰ ফাউণ্ডেছন আৰু ষ্টুডিঅ’ নীলিমা।

ইয়াত পৌৰহিত্য কৰে জ্যেষ্ঠ অধিবক্তা নিলয় দত্তই। ইফালে উপস্থিত থাকে অসমৰ মহাধিবক্তা ডঃ ৰমেশ বৰপাত্ৰগোহাঁই, অধ্যাপক উদয়ন মিশ্ৰ, হেমেন দাস, এইচ আৰ এ চৌধাৰী, অধ্যাপক আব্দুল মান্নান, সুমন্ত চলিহা, কমলা কান্ত মুছাহাৰী, আমান ৱাদুদ, প্ৰশান্ত ৰাজগুৰু, পল্লৱ ভট্টাচাৰ্য, সংগীতা বৰুৱা, মৃণাল তালুকদাৰ, চৈয়দ মমিনুল আৱাল, এএছ টাৰ্পাড, অখিল ৰঞ্জন দত্ত, ৰাজীৱ ভট্টাচাৰ্য আদি।

ঘূৰণীয়া মেজমেলে অসমৰ সকলো ৰাইজক আইন-শৃংখলা ৰক্ষা কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা লোকৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ’ব, তাৰ এটা স্পষ্ট সিদ্ধান্ত ল’বলৈ ঘূৰণীয়া মেজমেলে চৰকাৰক আহ্বান জনায়।

ইফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াকে লৈ হোৱা ঋণাত্মক প্ৰচাৰক ঘূৰণীয়া মেজমেলে বিৰোধিতা কৰে।

Tags: Featured2
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

by News Desk
April 21, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT