ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পত্নী এগৰাকী স্বাধীন ব্যক্তি, স্বামীৰ দাসী নহয় : ছুপ্ৰিম কোৰ্ট

News Desk by News Desk
March 3, 2021
Reading Time: 1 min read
A A
0
পত্নী এগৰাকী স্বাধীন ব্যক্তি, স্বামীৰ দাসী নহয় : ছুপ্ৰিম কোৰ্ট

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

নিউজ ডেস্কঃ

পত্নী এগৰাকী স্বাধীন স্বতন্ত্র মানুহ, তেওঁ স্বামীৰ দাসী নহয়। পত্নীয়ে যদি কোনো কাৰণত তেওঁৰ বিবাহ বন্ধনৰ পৰা ওলাই আহিব বিচাৰে তেতিয়াহ’লে তেওঁ আহিব পাৰে। জোৰ কৰি তেওঁক এই বিয়াৰ সম্পর্কত বান্ধি ৰাখিব পৰা নাযায়। এক বিবাহ বিচ্ছেদৰ গোচৰত এই ৰায় দিলে খোদ ছুপ্রিম কোৰ্টে। এজন ব্যক্তিয়ে দেশৰ শীর্ষ আদালতত আবেদন জনাইছিল যেন পত্নীক তেওঁৰ সৈতেই পুনৰ সংসাৰ কৰিবলৈ দিয়াৰ কথা কোৱা হয়।

কিন্তু এই গোচৰৰ ৰায়ত ছুপ্রিম কোর্টত ন্যায়াধীশ সঞ্জয় কিষাণ কাউল আৰু হেমন্ত গুপ্তাৰ খণ্ড বিচাৰপীঠে স্পষ্টকৈ জনায় যে পত্নী কেতিয়াও স্বামীৰ অস্থাৱৰ সম্পত্তি বা দাসী নহয় যে তেওঁক ইচ্ছাৰ বিৰুদ্ধে গৈও স্বামীৰ সৈতে সংসাৰ কৰাৰ কথা কোৱা হ’ব। সংশ্লিষ্ট গোচৰটোত পত্নীগৰাকীয়ে আদালতক জনায় যে ২০১৩ চনত তেওঁলোকৰ বিয়াৰ পিছৰ পৰাই প্রতিনিয়ত যৌতুকৰ বাবে অকথ্য অত্যাচাৰ চলাই আহিছে তেওঁৰ স্বামীয়ে। মাৰধৰ কৰাৰ লগতে প্ৰাণে মৰাৰ ভয়ো দেখুওৱা হয়। আনকি তেওঁৰ পিতৃগৃহৰ লোককো মাৰি পেলোৱাৰ ভাবুকি দিয়া হৈছিল। এই শাৰীৰিক আৰু মানসিক নির্যাতনৰ বাবেই তেওঁ বাধ্য হৈছিল স্বামীৰ ঘৰ এৰিবলৈ।

Tags: Featured
Share4Tweet3Send

Related Posts

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

by News Desk
July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

by Staff Reporter
July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

July 18, 2026
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT