ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰতিমাহে ৮ হাজাৰ চাকৰিৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ, খুলিব নিয়োগ মন্ত্ৰালয়

News Desk by News Desk
March 4, 2021
Reading Time: 1 min read
A A
0
প্ৰতিমাহে ৮ হাজাৰ চাকৰিৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ, খুলিব নিয়োগ মন্ত্ৰালয়

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

ষ্টাফ ৰিপ’ৰ্টাৰ

অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী৷ শাসক-বিৰোধী সকলো দলেই এতিয়া নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে৷ অৱশ্যে বিজেপি আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ মাজত এতিয়াও আঁতৰা নাই সমষ্টি ভাগবতৰাৰ আহুকাল৷ তাৰ মাজতে আছে আকৌ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷

তাৰ মাজতে আগন্তুক নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দল তথা মহাজোঁটৰ প্ৰধান অংশীদাৰ কংগ্ৰেছ। দলটোৱে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত কংগ্ৰেছ নেতৃত্বই প্ৰকাশ কৰে যে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ ক্ষমতালৈ আহিলে গ্ৰহণ কৰিব নিবনুৱা সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ। নিবনুৱা সমস্যা সমাধানৰ বাবে গঠন কৰিব পৃথক নিয়োগ মন্ত্ৰালয়। মুখ্যমন্ত্ৰী কাৰ্যালয়তকৈও গুৰুত্বপূৰ্ণ হ’বলগীয়া উক্ত কাৰ্যালয়টোৱে নিয়োগ সংক্ৰান্ত্ৰীয় সকলো কাম-কাজ তদাৰক কৰিব।

এই সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘আমি চৰকাৰীভাবে যি ১ লাখ চাকৰি দিয়াৰ কথা কৈছো সেয়া হৈছে তথ্য ভিত্তিক, বিজেপিৰ দৰে আকাশত চাং পাতি নহয়৷ প্ৰতি বছৰে ১ লাখক ধৰিলে প্ৰতিমাহত ৮,৩০০ জনক আমি সংস্থাপন দিম।’

ৰাজ্যৰ চিকিৎসা ব্যৱস্থা সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘৩.১ কোটি জনসংখ্যাৰ অসমত বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম মতে, প্ৰতি এহাজাৰ জনসংখ্যাৰ বিপৰীতে এজন চিকিৎসক লাগে৷ কিন্তু বৰ্তমান অসমত ১,৪৫০ জনৰ বিপৰীতে আছে এজন চিকিৎসক৷ গতিকে আমাক ১৫,০০০ চিকিৎসকৰ লগতে ৪০ হাজাৰ স্বাস্থ্যকৰ্মীৰ প্ৰয়োজন আছে৷’
আনহাতে, ৰাজ্যত ৩৮ হাজাৰ শিক্ষক আৰু ১৫ হাজাৰ আৰক্ষীৰ পদ খালী হৈ থকা বুলিও বৰদলৈয়ে লগতে উল্লেখ কৰে৷

সংবাদ মেলত সাংসদ গৌৰৱ গগৈয়ে কয়, ‘আজিৰ পৰা ডেৰমাহ পিছত অসমত আমাৰ অৰ্থাৎ মহাজোঁটৰ চৰকাৰ হ’ব। কেন্দ্ৰৰ একেখিনি চৰকাৰী আচঁনি আমিও পাম৷ কিন্তু আমাৰ মনোবল সবল৷ আমি সমস্যা সমাধানত গুৰুত্ব দিওঁ৷ বিজেপিয়ে ২৫ লাখ চাকৰি দিম বুলি কৈ মাত্ৰ ৮০ হাজাৰহে দিব পাৰিলে৷ ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱা আছে ৩৪ লাখ৷ কিন্তু এক লাখকো চাকৰি দিব নোৱাৰিলে ৷’

Tags: Featured
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
ADVERTISEMENT
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়
National-International

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

July 18, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx