![]()
প্ৰথম পৰ্যায়ৰ তালিকা :
চাবুৱা– দ্বিবনজ্যোতি ফুকন
মৰাণ- মোহিনী মোহন লিগিৰা
মাহমৰা– লোহিত গগৈ
শিৱসাগৰ- অখিল গগৈ
টীয়ক- কবীন্দ্ৰ চেতিয়া ফুকন
বোকাখাট– জীৱন বৰা
ৰূপহীহাট– নজৰুল ইছলাম
ধিং- মেহবুব মোকটাব
তেজপুৰ- অলক নাথ
বিহপুৰীয়া- অনুপ চেতিয়া
ৰঙাপাৰা- বিজয় তিৰ্কী
ৰাইজৰ দলৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা :
ৰহা- ৰুবুল দাস
ৰঙিয়া- হৰেশ্বৰ বৰ্মন
কমলপুৰ-জিতুল ডেকা
উত্তৰ কৰিমগঞ্জ- চাহাদুল ইছলাম চৌধুৰী
দলগাও- ওমৰ আলী
যমুনামুখ- দিলোৱাৰা বেগম চৌধুৰী













