ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাইজৰ দলৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা : শিৱসাগৰ পৰা অখিল গগৈয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

News Desk by News Desk
March 6, 2021
Reading Time: 1 min read
A A
0
ৰাইজৰ দলৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা : শিৱসাগৰ পৰা অখিল গগৈয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

New Logo Very Smal 1 | ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

ষ্টাফ ৰিপ’ৰ্টাৰ

ৰাইজৰ দলৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা। মঠঘৰীয়া মুখ্য কাৰ্যালয়ত সংবাদমেলৰ জৰিয়তে কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই ঘোষণা কৰিলে ১৭টা সমষ্টিৰ প্ৰাৰ্থী তালিকা। কাৰাবন্দী সভাপতি অখিল গগৈৰ অনুমোদনৰ ভিত্তিত প্ৰাৰ্থী তালিকা ঘোষণা। প্ৰথম পৰ্যায়ৰ ১১টা সমষ্টি আৰু দ্বিতীয় পৰ্যায়ৰ ৬টা সমষ্টিৰ বাবে ঘোষণা কৰে প্ৰাৰ্থী তালিকা। দলটো সভাপতি কাৰাবন্দী অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা নির্বাচনত অৱতীৰ্ণ হ’ব।

ইয়াৰ উপৰিও ৰহাত ৰুবুল দাস, কমলপুৰত জিতুল ডেকা, দলগাঁও ওমৰ আলি, ৰঙিয়া হৰেশ্বৰ বৰ্মন, যমুনামুখ দিলোৱাৰ বেগম চৌধুৰী, ধিঙ মেহবুব মুক্তাব, চাবুৱা দ্বিপনজ্যোতি ফুকন, টীয়ক কবিন্দ্ৰ চেতিয়া ফুকন, উত্তৰ কৰিমগঞ্জ চাহাবঙল ইছলাম চোধুৰী ওৰফে পাৰুল চৌধুৰী, বোকাখাটত জীৱন চন্দ্ৰ বৰা, মাহমৰা লোহিত গগৈ, বিহপুৰীয়া অনুপ শইকীয়া, মৰাণ মোহিনী মোহন লিগিৰা, তেজপুৰ অলক নাথ, ৰঙাপাৰা বিজয় তিৰ্কী, ৰূপহীহাটত নজৰুল ইছলাম।

আনহাতে, দলৰ সভাপতি অখিল গগৈয়ে দ্বিতীয়টো সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে মৰিয়নী সমষ্টিৰ পৰা। বৰ্তমান আলোচনা কৰি থকা হৈছে। সংবাদমেলত জনালে দলৰ কাৰ্যকৰী সভাত শইকীয়াই।

এজেপি-ৰাইজৰ দলৰ মিত্ৰতা অক্ষুন্ন থাকিব। কিন্তু বহুকেইটা সমষ্টি দুইয়োটা দলে প্ৰাৰ্থী ঘোষণা কৰিছে যদিও আলোচনা মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে ৰাইজৰ দলৰ নেতৃত্বই।

Tags: Featured
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
ADVERTISEMENT
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
National-International

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
50
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

Sonam Wangshuk I দিল্লী আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিলে সোণম ৱাংচুকক, চিকিৎসালয়ত ভৰ্তি

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

July 18, 2026
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Terrorist arrested । গুজৰাটত গ্ৰেপ্তাৰ জৈছ সন্ত্ৰাসবাদী সংগঠনৰ ৫ সদস্য, টাইম বোমা আৰু বিস্ফোৰক প্ৰস্তুত কৰাত পাকৈত

July 18, 2026
SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

SC on SIR I ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ অৰ্থ নাগৰিকত্ব হেৰুওৱা নহয়, উচ্চতম ন্যায়ালয়

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx