![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতা দলত্যাগ। অসম গণ পৰিষদৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰা কথা আনুষ্ঠানিক পত্ৰৰ জৰিয়তে ঘোষণা জ্যেষ্ঠ নেতাগৰাকীয়ে।

ইতিমধ্যে, সদস্য পদ ত্যাগ কৰাৰ কথা অৱগত কৰি অগপ কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক কলিতাই।
উল্লেখ কলিতাই প্ৰতিদ্বন্দ্বিতা কৰি অহা কমলপুৰ সমষ্টি অগপ দলে বিজেপি দললৈ এৰি দিছিল।













