ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Singing Contest
  • Contact Us
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নালাগে কাৰ্ড ফোনৰ সহায়েৰে ATM ৰপৰা উলিয়াব পাৰিব টকা:

ASSAM TIMES POST by ASSAM TIMES POST
April 3, 2021
Reading Time: 1 min read
0
নালাগে কাৰ্ড ফোনৰ সহায়েৰে ATM ৰপৰা উলিয়াব পাৰিব টকা:

RELATED POSTS

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?

নিউজ ডেক্স:

টকাৰ প্রয়োজন হ’লে বেংকত প্ৰ-পত্ৰ পূৰণ কৰি বা ATM ত কার্ডৰ সহায়েৰে টকা উলিওৱা পদ্ধতি এতিয়া পুৰনা হ’বলৈ ধৰিছে। কাৰণ এতিয়াৰপৰা ATMত টকা উলিয়াবৰ বাবে জৰুৰী নহয় যে আপুনি ডেবিট কার্ডটো লগতে ৰাখিবয়ে লাগিব। ফোনৰ সহায়েৰে সহজেই উলিয়াব পাৰিব টকা।

ATM কোম্পানী NCR কর্পোৰেচনে সম্প্রতি কার্ডলেচ নগদ টকা উলিয়াবৰ বাবে UPI ৰ ওপৰত ভিত্তি কৰি এটা ব্যৱস্থা লৈ আহিছে। নতুন এই ব্যৱস্থাত ফোনৰ UPI পেমেন্টৰ যিকোনো এপ্‌ যেনে Google Pay, Phone Pe, Amazon Pay , Paytm, BHIM ইত্যাদিৰ মাধ্যমেৰে টকা withdraw কৰিব পৰা যাব।

UPI এপ্‌ৰ মাধ্যমেৰে QR কোড স্কেন কৰি ATMৰপৰা টকা Withdraw কৰিব পৰা যাব। চিটি ইউনিয়ন বেংকে ইতিমধ্যে এই বিশেষ সুবিধা সহ প্ৰায় ১৫০০ টা ATM আপ্‌গ্রেড কৰিছে।

The Ultimate Managed Hosting Platform
ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured2
Share5Tweet3Send
ASSAM TIMES POST

ASSAM TIMES POST

ASSAM TIMES POST

Related Posts

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:
ALL NEWS

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

by ASSAM TIMES POST
April 11, 2021
54
বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !
ALL NEWS

বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

by ASSAM TIMES POST
April 11, 2021
55
স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?
ALL NEWS

স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?

by ASSAM TIMES POST
April 11, 2021
57
ক’ৰনা দ্ৰুত বৃদ্ধি: কামৰূপ(ম) মাক্স পিন্ধাটো শীঘ্ৰে কৰা হব বাধ্যতামূলক- উপায়ুক্ত
ALL NEWS

ক’ৰনা দ্ৰুত বৃদ্ধি: কামৰূপ(ম) মাক্স পিন্ধাটো শীঘ্ৰে কৰা হব বাধ্যতামূলক- উপায়ুক্ত

by Staff Reporter
April 10, 2021
55
কেতিয়াও পত্নীৰ মৰ্যাদা নোপোৱা জয়াপ্রদাৰ ব্যাক্তিগত জীৱনৰ কিছু অজান কাহিনী
ALL NEWS

কেতিয়াও পত্নীৰ মৰ্যাদা নোপোৱা জয়াপ্রদাৰ ব্যাক্তিগত জীৱনৰ কিছু অজান কাহিনী

by News Desk
April 10, 2021
61
উদ্ধৱ থাকৰেৰ সর্বদলীয় বৈঠক, ৰাজ্যজুৰি সম্পূর্ণ লকডাউনৰ ইঙ্গিত
ALL NEWS

উদ্ধৱ থাকৰেৰ সর্বদলীয় বৈঠক, ৰাজ্যজুৰি সম্পূর্ণ লকডাউনৰ ইঙ্গিত

by News Desk
April 10, 2021
59
covid-19 widget
539261
Total views : 2183593
Who's Online : 5
অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

অসমত আকৌ ৪০৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ:

April 11, 2021
বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

বেংকৰ ব্যক্তিগতকৰণ, ৰঙালী বিহুৰ দিনাই লোৱা হ’ব চূড়ান্ত সিদ্ধান্ত !

April 11, 2021
স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?

স্বাস্থ্য : ক’ৰোনা টীকা ল’বলৈ যোৱাৰ আগে-পিছে কি খাব-কি নাখাব জানেনে?

April 11, 2021

Categories

ALL NEWS (11538) Assam (8049) BREAKING NEWS (3858) Business (15) Economy (30) Editorial (7) EDUCATION-TECHNOLOGY (24) Entertainment (332) Entertrainment (210) EXCLUSIVE (121) Fashion (8) Featured (14) Features (25) Guwahati (1429) Health & Fitness (293) Jobs & Career (4) KARBI ANGLONG (1283) Lifestyle (19) literature (16) National-International (2125) NORTH-EAST (359) Novel (3) Photo (4) Poem (9) Political (60) Recipes (5) Sports (160) Story (3) Tech (5) Travel (6) Uncategorized (13) Video (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTH-EAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: