ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পশ্চিম কাৰ্বি আংলঙত সন্দেহজনক অৱস্থাত মাইক্ৰ’ ফাইনেঞ্চৰ কৰ্মীৰ মৃতদেহ উদ্ধাৰ

News Desk by News Desk
April 10, 2021
Reading Time: 1 min read
A A
0
পশ্চিম কাৰ্বি আংলঙত সন্দেহজনক অৱস্থাত মাইক্ৰ’ ফাইনেঞ্চৰ কৰ্মীৰ মৃতদেহ উদ্ধাৰ

New Logo Very Smal | ASSAM TIMES POST
ছাইদুল ইছলাম

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

ডিফু : পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অন্তৰ্গত খান্দাজানত আজি পুৱাৰ ভাগত এডাল গছত ওলমি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ অনুসৰি, আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে খান্দাজানৰ পথাৰৰ মাজত থকা এডাল গছত চিপ লৈ ওলমি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰে। মৃতদেহটো মৰিগাঁও জিলাৰ চৰাইবাহেৰ নীলকান্ত বৰদলৈৰ বুলি পিছত চিনাক্ত কৰা হয়। জানিব পৰা মতে অন্নপূৰ্ণা মাইক্ৰ’ ফাইনেঞ্চ শীৰ্ষক প্ৰতিষ্ঠানটোৰ এজেণ্ট হিচাপে কৰ্মৰত যুৱকজনে প্ৰতিষ্ঠানটোৰ হৈ এলেকাটোত ধন সংগ্ৰহৰ দায়িত্বত আছিল। সেই অনুসৰি, কালি যুৱকজনে প্ৰতিষ্ঠানটোৰ বাবে ধন সংগ্ৰহ কৰি হোজাই জিলাৰ লংকাস্থিত কাৰ্যালয়ত জমা দি বিয়লি ওভতি অহাৰ পিছৰে পৰা যুৱকজন সন্ধানহীন হৈ পৰে।

অৱশেষত আজি পুৱাৰ ভাগত যুৱকজনৰ মৃতদেহটো গছত চিপ লৈ ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে। খেৰণি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
ADVERTISEMENT
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx