![]()
নিউজ ডেস্কঃ
বিশ্বৰ প্ৰথম দেশ হিচাপে ১২ বছৰৰ বেছি বয়সৰ শিশুসকলৰ টীকাকৰণত অনুমোদন দিলে কানাডাই। বুধবাৰে ফাইজাৰ আৰু বায়োএনটেকৰ টীকাক এই অনুমতি দিলে কানাডাৰ জাষ্টিন ত্রুডোৰ চৰকাৰে। কানাডাৰ মুখ্য স্বাস্থ্য উপদেষ্টা সুপ্রিয়া শর্মাই জনাইছে, কোভিডৰ বিৰুদ্ধে কানাডাৰ যুঁজত এই সিদ্ধান্ত মাইলৰ খুঁটি হৈ ৰ’ব।











