ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জন্মদিনৰ পাৰ্টিত প্ৰেমিকৰ আক্ৰমণ, নিহত ৭ !

News Desk by News Desk
May 10, 2021
Reading Time: 1 min read
A A
0
জন্মদিনৰ পাৰ্টিত প্ৰেমিকৰ আক্ৰমণ, নিহত ৭ !

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

নিউজ ডেস্কঃ

এইবাৰ আমেৰিকাৰ কলোৰাডোত বন্দুকধাৰীৰ আক্ৰমণ৷ আক্ৰমণত ৬ জনৰ মৃত্যু হোৱাৰ লগতে আততায়ীয়ে নিজেও আত্মহত্যা কৰে। ঘটনাৰ বিবৱৰণী মতে, আততায়ী যুৱকজনৰ সৈতে তেওঁৰ প্রেমিকাৰ কিছুদিন পূৰ্বে অভিমান লাগে। আৰু তাৰ পিছতেই প্ৰতিশোধ ল’বলৈ তৎপৰ হৈ উঠে উক্ত যুৱকজন। কলোৰাডোত প্রেমিকাৰ পৰিয়ালৰ কোনো এক সদস্যৰ জন্মদিনৰ অনুষ্ঠান চলি আছিল।

উক্ত অনুষ্ঠানতেই আক্ৰমণ চলায় আততায়ীজনে। আক্ৰমণৰ ফলত ঘটনাস্থলীতেই মৃত্যু হয় ৬ জনৰ। পিছত আততায়ী যুৱকজনেও নিজে গুলীয়াই আত্মহত্যা কৰে। সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে কলোৰাডো স্প্রিং আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহবোৰ উদ্ধাৰ কৰে। আৰক্ষীৰ তৎপৰতাত আততায়ীজনক হস্পিটেললৈ লৈ যোৱা হয় যদিও তাত চিকিৎসকে মৃত ঘোষণা কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

by News Desk
July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

by News Desk
July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

by News Desk
July 16, 2026
50
Cyber fraud I চাইবাৰ প্ৰতাৰণা আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে দূৰসংযোগ বিভাগৰ নতুন পদক্ষেপ
National-International

Cyber attack I পাৰমাণৱিক শক্তি কেন্দ্ৰৰ ১৯ হাজাৰ স্পৰ্শকাতৰ তথ্য ফাদিল, অনিল আম্বানীৰ কোম্পানীত চাইবাৰ আক্ৰমণ

by Staff Reporter
July 16, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Fraud Officer  I চৰকাৰী অভিযন্তাৰ ১০০ কোটিৰ সম্পত্তি, কেইবাটাও ফ্লেট, মাটি আৰু বাংলো উদ্ধাৰ

by Staff Reporter
July 16, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir controversy I শুদ্ধ মনে দান নকৰা ভক্তৰ ধনহে চুৰি হৈছে, ৰাম মন্দিৰ ঘটনাত এইবাৰ উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ আচৰিত মন্তব্য

by Staff Reporter
July 16, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT