![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম চৰকাৰৰ মন্ত্ৰীসকলক আজি বিভিন্ন জিলাৰ কোভিড পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্ব দিয়া হয়৷ মন্ত্ৰীসকলে নিৰ্দিষ্ট জিলাসমূহৰ কোভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীক অৱগত কৰাব লাগিব৷
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা : মাজুলী জিলা ৷
ৰণজিত কুমাৰ দাস : বৰপেটা, বঙাইগাঁও, বজালী ৷
অতুল বৰা : গোলাঘাট, যোৰহাট ৷
ইউ জি ব্ৰহ্ম : কোকৰাঝাৰ, চিৰাং, বাক্সা ৷
চন্দ্ৰমোহন পাটোৱাৰী : নলবাৰী, কামৰূপ, ওদালগুৰি ৷
পৰিমল শুক্লবৈদ্য : কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ ৷
কেশৱ মহন্ত : নগাঁও, হোজাই ৷
ৰণোজ পেগু : ধেমাজি, লখিমপুৰ ৷
অশোক সিংঘাল : শোণিতপুৰ, দৰং, বিশ্বনাথ ৷
যোগেন মহন : কাৰ্বি আংলং, পূব কাৰ্বি আংলং, ডিমা হাচাও ৷
সঞ্জয় কিষাণ : তিনিচুকীয়া, ডিব্ৰুগড় ৷
অজন্তা নেওগ : ধুবুৰী, লখিমপুৰ ৷
পীযূষ হাজৰিকা : মৰিগাঁও, গোৱালপাৰা ৷
বিমল বৰা : শিৱসাগৰ, চৰাইদেউ ৷













