![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে গৰম বন্ধ দিন। জুলাই পৰিৱৰ্তে ১৫ মে’ পৰাই ৰাজ্যত আৰম্ভ হ’ব গৰম বন্ধ। ১৪ জুন পৰ্যন্ত হ’ব গৰম বন্ধ। উল্লেখ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষ ক্ষতি নোহোৱা বাবে সিদ্ধান্ত শিক্ষা বিভাগৰ। জাননী জৰিয়তে এই কথা ঘোষণা কৰে শিক্ষা বিভাগে।
উল্লেখ নিৰ্দেশনা মতে প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিকৰ প্ৰযোজ্য হ’ব এই নিয়ম। অৰ্থাৎ প্ৰথমশ্রেণী পৰা দ্বাদশ শ্রেণীলৈ ঘোষণা কৰা হৈছে গৰম বন্ধ।
তাপৰ্যপূৰ্ণ কথা যে শৈক্ষিক বৰ্ষ কেলেণ্ডাৰ অনুসৰি ১ জুলাই পৰা ৩১ জুলাইলৈ আছিল গৰমবন্ধ।
গুৰুত্বপূৰ্ণ কথা যে ক’ভিডৰ বাবে ৰাজ্যত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ।













