![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিগবৈৰ টিংৰাইত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা; ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ টিংৰাই বজাৰৰ পূৰণ আগৰৱালাৰ এখন হাৰ্ডৱেৰ দোকানত দুই বাইক আৰোহীয়ে দলিয়াই থৈ যায় গ্ৰেণেডটো। উক্ত বিস্ফোৰণত তিনিজন লোক গুৰুত্বৰভাৱে আহত হয়; আহক লোককেইজন হৈছে ক্ৰমে মনজিত দাস, সুৰজিত তালুকদাৰ আৰু ঘনশ্যাম আগৰৱালা। আটাইকেইগৰাকীক সংকটজনক অৱস্থাত ডিগবৈ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰা হয়।













