![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা আতংকৰ মাজতে ভাল খবৰ।আজি কৃষক সন্মান নিধি অষ্টম কৃষ্টি ধন জমা হ’ব দেশৰ কৃষকৰ একাউণ্টত।
২০০০টকাকৈ জমা হব এই ধন। উল্লেখ ৰাজ্যৰো লক্ষাধিক কৃষকে লাভ কৰিব এই ধন।
উল্লেখ কৃষক সকলৰ আৰ্থিক বিকাশ আৰু কৃষি খণ্ডৰ প্ৰতি কৃষক সকল আগ্ৰহী হৈ পৰা বাবে প্ৰদান কৰা হয় এই ধন।













