![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
তিনিচুকীয়া টিংৰাই বোমা ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণৰ দুই অভিযুক্ত গ্ৰেপ্তাৰ। বিস্ফোৰণত ব্যৱহৃত কলা ৰঙৰ পালচাৰ বাইকসহ গ্ৰেপ্তাৰ ৰঞ্জিত চাংমাই আৰু হীৰেন গগৈ ওৰফে মুনুক।অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে টুইট যোগে প্ৰকাশ কৰিছে এই কথা।

উল্লেখ ১৪ মে’ত টিংৰাই বজাৰত মটৰ চাইকেলত আহি সংঘটিতত কৰিছিল ভয়ংকৰ বিস্ফোৰণটো। বিস্ফোৰণৰ সময়ত বাইক চালক হিচাপে ৰঞ্জিত চাংমাই আৰোহি ৰূপত হীৰেন গগৈ আছিল।দুই গৰাকীৰ অভিযুক্তক সেনা আৰু আৰক্ষীয়ে নিজ গৃহ পৰা গ্ৰেপ্তাৰ কৰিছে।
তাপৰ্যপূৰ্ণ কথা ভয়ংকৰ বিস্ফোৰণটোত দুগৰাকী লোকৰ মৃত্যু হৈছিল।













