![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্তক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধান প্ৰেছ সচিব নিযুক্তি।
শুকুৰবাৰে সাংবাদিক গৰাকীক দিয়া হয় নিযুক্তি।
ইয়াৰ উপৰিও নৱজিৎ পাটগিৰীক মুখ্যমন্ত্ৰী অ’এছডি (যোগাযোগ- জনসম্পৰ্কৰক্ষী প্ৰৰ্টকল) হিচাপে নিযুক্তি দিয়া হৈছে।













