![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত নতুন অধ্যক্ষ নিযুক্তি। ৰাজ্য শিক্ষা বিভাগে সংসদে অধ্যক্ষৰূপে নিযুক্তি প্ৰদান ৰুক্ম গোহাঞি বৰুৱাক।
লখিমপুৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ পদত বৰ্তমান কাৰ্যনিৰ্বাহক কৰি আছে বৰুৱাই। অহা ৩বছৰ বাবে সংসদৰ অধ্যক্ষ পদত নিযুক্তি বৰুৱাক।
উল্লেখ অহা ২জুনত দায়িত্বভাৰ গ্ৰহণ কৰিব বৰুৱাই। শিক্ষা বিভাগে জাননী যোগে প্ৰকাশ কৰিছে এই কথা।
গুৰুত্বপূৰ্ণ কথা যে নৱনিযুক্ত অধ্যক্ষগৰাকী অসম সাহিত্য সভাৰ প্ৰথমগৰাকীৰ সভাপতি পদ্মনাথ গোহাঞি বৰুৱা নাতি। বৰ্তমান সংসদৰ অধ্যক্ষ দায়িত্বত আছিল ডঃ দয়ানন্দ বৰগোঁহাই।













