![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মহামাৰি কভিড-১৯ৰ বিৰুদ্ধে যুজঁ দিবলৈ ৰাজ্যিক বিজেপি সাহায্য। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৰাজ্যিক বিজেপিয়ে বুধবাৰে আগবঢ়াই ১১ লাখ টকা সাহায্য।
ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস প্ৰমুখ্যে দলৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰী কাৰ্যালয়ত ডঃ শৰ্মাৰ হাতত অৰ্পণ কৰে চেক।
উল্লেখ যে কভিড-১৯ বিৰুদ্ধে যুঁজ দিয়া বাবে ৰাজ্যবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৈ সাহায্য বিচাৰিছিল। ইতিমধ্যে ৰাজ্যিক কৰ্মচাৰী পৰিষদ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰীৰ আহ্বানলৈ পূৰ্ণ সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। তাৰে অংশ হিচাপে ৰাজ্যিক বিজেপিয়ে আগবঢ়াইছে এই টকা।













