![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনাৰ প্ৰথমশাৰীৰ যোদ্ধাৰূপে খ্যাত অসম আৰক্ষী আন এক প্ৰশংসনীয় পদক্ষেপ। ক’ভিডৰে মুকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ালে ৩৫ লাখ টকা অনুদান।
অসম আৰক্ষীৰ সকলো কৰ্মচাৰীৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী কাৰ্যালয়ত আগবঢ়াই অনুদান। অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তসহ শীৰ্ষ আৰক্ষী বিষয়াই মুখ্যমন্ত্ৰী হাতত অৰ্পণ কৰে চেক।
উল্লেখ্য ক’ৰনা প্ৰতিৰোধত ৰাজ্য চৰকাৰক সন্মুখৰ পৰা সহায় কৰি আহিছে অসম আৰক্ষীয়ে।













