![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব মৰিয়নি বিধায়ক ৰূপজ্যোতি কুর্মীয়ে।
শুকুৰবাৰে গুৱাহাটীত আনুষ্ঠানিক ঘোষণা সম্ভাৱনা। উল্লেখ বিজেপিত যোগদান কৰি বিধায়কৰ পদত্যাগ কৰিব বিধায়কগৰাকীয়ে। পুনৰ বিজেপি পৰা উপ-নিৰ্বাচন খেলিব কুৰ্মীয়ে।
উল্লেখ কংগ্ৰেছ দলৰ শীর্ষ নেতৃত্বৰ সিদ্ধান্তত অসন্তুষ্ট বিধায়কজনে ত্যাগ কৰিব কংগ্ৰেছ।গুৰুত্বপূৰ্ণ কথা চতুৰ্থবাৰলৈ বিধায়ক নিৰ্বাচন হৈছিল কুর্মী।













