![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ বৰদলঙত আৰক্ষীৰ বৃহৎ অভিযানত .৩২ mm পিষ্টলসহ সজীৱ গুলী ৯টা আৰু ৭.৭ ৰাইফলৰ গুলী ৪টা উদ্ধাৰ।
লগতে ৫৪৬ গ্ৰাম ওজনৰ হাতীৰ দাঁতো উদ্ধাৰ। ঘটনা সন্দৰ্ভত ছাহিদ আহমেদ আৰু ফাৰুক আহমেদক গ্ৰেপ্তাৰ আৰক্ষীৰ।
অভিযুক্ত দুজনৰ ঘৰ লংকাৰ বৰদলঙৰ ১নং ৱাৰ্ডত । অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণজিৎ দুৱাৰৰ নেতৃত্বত চলিছিল উক্ত অভিযান ।












