![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ শনিবজাৰত উদ্ধাৰ লাজুকী বান্দৰ। স্থানীয় ৰাইজে লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰি, বন বিভাগৰ লোকক খৱৰ দিয়াত বন বিভাগে উদ্ধাৰ কৰে বান্দৰটো।
বৰ্তমান বান্দৰটো ৰখা হৈছে লংকাৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত।
পিছত বান্দৰটোক লংকাৰ পশু চিকিৎসালয়ত পৰীক্ষা-নিৰীক্ষা কৰি সুস্থ হোৱাৰ পিছত মুকলি কৰি দিয়া হ’ব লংকাৰ সমীপৰ লামডিং বনাঞ্চলৰ মাজত ।












